BALISATRA FASHION FOOD DELIVERY
Balisatra Fashion Food Delivery হৈছে আপোনাৰ নিজৰ village ৰ এক বিশ্বাসযোগ্য অনলাইন ফুড ডেলিভাৰী সেৱা। ইয়াত আপুনি পাব শুদ্ধ, সতেজ আৰু সুস্বাদু ঘৰোয়া খাদ্য, ফাষ্ট ফুড, স্নেকছ আৰু দৈনিক প্ৰয়োজনীয় খাদ্য সামগ্ৰী — সকলো একে ঠাইতে।
আমাৰ লক্ষ্য হৈছে আপোনালোকৰ ঘৰৰ দুৱাৰমুখলৈকে সুলভ মূল্যত ভাল মানৰ খাদ্য সামগ্ৰী সময়মতে ডেলিভাৰী কৰা। পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু গ্ৰাহক সন্তুষ্টি আমাৰ প্ৰথম অগ্ৰাধিকাৰ।
You can reach out to at:
Email:
ck8230561@gmail.com
Address:
P.O-Balisatra, P.S-Kayan, DISTRIC-Kamrup, STATE-Assam